উল্লেখযোগ্য যে, ১৯৮০ চনৰ আজিৰ দিনটোতেই অসমৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ অংশবিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক্ৰমে নগেন ডেকা, অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বড়াই তদানীন্তন চৰকাৰৰ আসুৰিক অত্যাচাৰৰ বলি হৈ অকাল মৃত্যুক সাৱটি লৈছিল ।
Read Moreপাছত প্ৰতিবাদস্থলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া, নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক আৰু অইলৰ বিষয়াবৰ্গ উপস্থিত হৈ পথচোৱা নিৰ্মাণ সন্দৰ্ভত অতিশীঘ্ৰে ৰাইজৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে
Read Moreঅৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ভাৰাঘৰ কেইটাৰ কেইবালক্ষাধিক টকা মূল্যৰ সা সম্পত্তি জুইত জাহ যায় । বাতৰি লিখা পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে।
Read Moreআগন্তুক জিএমচি নিৰ্বাচনৰ বাবে ৬০ টা ৱাৰ্ডৰ ভোটকেন্দ্ৰৰ প্ৰস্তুতি কৰা হৈছিল। কিন্তু তিনিটা ৱাৰ্ডৰ তিনিজন প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দিতাত ঘোষণা কৰাৰ পিছত, ভোটকেন্দ্ৰৰ সংখ্যা ৭৫৭ লৈ হ্ৰাস পায়।
Read Moreউত্তৰ পূৰ্বাঞ্চল ভিত্তিক সৰ্ববৃহৎ এই মেলাখনৰ উন্মোচনী বক্তব্যত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰজন্ম কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সংযোজিত হোৱাটো ভাল খবৰ ।ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ বহু সুস্থ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতিৰ বিকাশ হব বুলি আমা আশাবাদী ।
Read More“Tomorrow, Meghalaya chief minister Conrad Sangma and I will apprise Union Home Minister Amit Shah of the recommendations of the respective regional committees and will request the Centre to take a decision (for final settlement) under the purview of the Constitution of India,” the chief minister said.
Read Moreউল্লেখযোগ্য যে, ১৯৮০ চনৰ আজিৰ দিনটোতেই অসমৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ অংশবিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক্ৰমে নগেন ডেকা, অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বড়াই তদানীন্তন চৰকাৰৰ আসুৰিক অত্যাচাৰৰ বলি হৈ অকাল মৃত্যুক সাৱটি লৈছিল ।
Read MoreThe stakeholders emphasised on implementation of childcare leave policy and crèche facilities in all sectors. They also suggested ensuring the safety of adolescent daughters of female employees particularly in those sectors where work-from-home facilities cannot be availed. This matters because girls of this age group are not supported by crèche facilities in workplaces. It was also suggested to look into the matter of inclusion of the parents of married women employees under the Employees' State Insurance Corporation (ESIC).
Read MoreThe Committees will submit their report to the Government of Meghalaya within a period of 30 days from the date of this notification based on the inspection of the villages and based on the agreed yardsticks.
Read MoreBritish-era Rupsi airport, constructed during World War-II , is ready to commence operations under the Regional Connectivity Scheme (RCS) again after flight operations came to a halt in the airport in the 1980s.
Read Moreএক বিবৃত্তিত সদৌ অসম ছাত্ৰ সন্থাা কায্যনিবাহক সদস্য জিতু নেওগে কয় জল জীৱন আচঁনিত নীতি নিয়ম সম্পূৰ্ণ ভৰিয়ে মোহাৰি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে বিভাগক মেনেজ কৰি নিজৰ খেয়াল খুচিত কাম কৰিছে অন্য হাতে ঘোঁৰাচোৱা পানী যোগান আচঁনিতে কোনো এঘৰ মানুহেও পানী পোৱা নাই আৰু পানী দিলে পাইপ সমুহ ফাটি যায়
Read Moreউল্লেখযোগ্য যে, ১৯৮০ চনৰ আজিৰ দিনটোতেই অসমৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ অংশবিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক্ৰমে নগেন ডেকা, অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বড়াই তদানীন্তন চৰকাৰৰ আসুৰিক অত্যাচাৰৰ বলি হৈ অকাল মৃত্যুক সাৱটি লৈছিল ।
Read Moreউক্ত খেল খনত মাজুলী ভলীবল দলৰ মৃত্যুঞ্জয় মহন্ত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ আজি ভলীবল দলটি গৃহ জিলা মাজুলীত উপস্থিত হোৱাৰ লগে লগে কমলাবাৰী ঘাটৰ পৰা জিলা ছাত্ৰ সন্থা আৰু বহু শুভাকাংক্ষীয়ে গায়ন-বায়ন, বিহু আদিৰে বিশাল ৰেলী কৰি উষ্ম আদৰণি জনায়৷
Read More