তদুপৰি মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে সংগীতৰ ৮ টা শিতানত পুৰস্কৃত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয় পৰিয়াল অতিকে উৎফুল্লিত হৈ পৰিছে।
August 13, 2022