কংগ্ৰেছে এই সন্দৰ্ভত জেপিচিৰ তদন্তৰ দাবী জনাইছে। অৱশ্যে বিৰোধীৰ এই দাবী এতিয়াও চৰকাৰে উপেক্ষা কৰি চলিছে।
যোৱা ২৫ দিনত আদানীৰ সম্পত্তি এক ধাক্কাত আধাতকৈও অধিক হ্ৰাস হৈ ৫,০০০ কোটি ডলাৰৰ তললৈ গৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে আৰু বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
ইতিমধ্যে বিগত দিনকেইটাত অসমতো বাদেই দেশৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত সংঘটিত কুঁৱলীকেন্দ্রিক দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে।
সংগীতত আছিল সুপ্ৰতিষ্ঠিত সংগীত পৰিচালক মানস বৰা।
দিল্লী আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ৰাজেন্দ্ৰই ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত তেওঁৰ ব্যাখ্যা বিচাৰি এখন জাননী প্ৰেৰণ কৰা হৈছে।
ৰাজ্য চৰকাৰ নিশ্চিত হৈছিল যে আদানী গ্ৰুপে পশ্চিমবংগত প্ৰচুৰ পৰিমাণে বিনিয়োগ কৰিবলৈ গৈ আছে। সোমবাৰে অৱশেষত ইয়াৰ ওপৰত চৰকাৰী ছীল মোহৰ পৰে।
সূত্ৰই দাবী কৰিছে যে ইয়াৰ বাবে গৌতমে প্ৰতিমাহে ১৫ ৰ পৰা ২০ লাখ টকা দিব লাগিব।
৯০ বিলিয়ন ডলাৰত সতীৰ্থ মুকেশ আম্বানীয়ে এই তালিকাত দশম স্থানত আছে।
উচিত প্ৰত্যুত্তৰ দিছে
গুৱাহাটীৰ বাহন মালিকসকলৰ পৰা ১৩০ কোটি টকা পোৱা নাই বিভাগে ।
ইয়াৰ পিছত প্রথম পাঁচত আছে যথাক্রমে শিৱ নাদাৰ, ৰাধাকৃষ্ণন দামানি আৰু লক্ষ্মী মিট্টাল।
বিভিন্ন কোম্পানীক সেইবোৰ দিলে প্ৰতিযোগিতামূলক মনোভাৱৰো সৃষ্টি হ’ব।
তেওঁৰ দ্বাৰা অনুমোদিত শক্তি প্রকল্প ৰূপায়ণত সাধাৰণ ৰাইজে বাধা দিবলৈ আগুৱাই অহা দেখা গৈছে।
যোৱা ২০ মাহত, গৌতম আদানিৰ মুঠ সম্পত্তি ১৮০৮ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।
তেওঁলোকৰ বিদ্যালয়বোৰ পৃথক কৰিব লাগে তেতিয়াহে ছোৱালীবোৰক উৎপীড়নকে ধৰি সকলো সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা যাব।
গ্ৰুপ কেইটা ক্ৰমে আলবুলা ইনভেষ্টমেণ্ট ফাণ্ড,কৃষ্টা ফাণ্ড আৰু এ.পি.এম.এছ ইনভেষ্টমেণ্ট ফাণ্ড ।
March 2, 2023