গহনা বিপনীখনৰ গৰাকীয়ে কোৱা মতে এবাৰ পৰিকল্পনাটো লোৱাৰ পাছতে তেওঁ শিল্পীসকলক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছিল ।
নিজৰ কেন্দ্ৰত আগবাঢ়ি আছে আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গান্ধী।
দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পূৰ্বে কংগ্ৰেছ বিধায়কগৰাকীৰ ওপৰত কৰা এই আক্ৰমণৰ ঘটনাই ৰাজ্যখনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
এইবাৰ গুজৰাটৰ শাসনভাৰ কাৰ হাতলৈ যাব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ আছে দেশবাসীৰ ৷
প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব ৭৮৮ গৰাকী প্ৰাৰ্থীৰ । পুৱা ৮ বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।
১ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।
কমেও ১৩৫ জন লোকৰ মৃত্যু হোৱা দুৰ্ঘটনাৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাত পলম হোৱা বুলিও তেওঁ কয়।
ইয়াৰ পূৰ্বে আগষ্ট মাহত প্ৰখ্যাত গাখীৰ ব্ৰেণ্ডটোৱে আভ্যন্তৰীণ ব্যয় বৃদ্ধিৰ কথা উল্লেখ কৰি ১৬ আগষ্টত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰিছিল ।
৫ লাখৰো অধিক
সুৰাৰ এই নিষিদ্ধ বেহা বন্ধ কৰিবলৈ আৰক্ষীয়ে কোনো ধৰণৰ সক্ৰিয়তা প্ৰদৰ্শন কৰা নাই।
তৃণমূল কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই মন্তব্য কৰিছে যে বিজেপিৰ ৭ জন বিধায়ক, ২ জন সাংসদে যশৱন্ত সিনহাক ক্ৰছ ভোট দিছে ।
বাণিজ্য আৰু উদ্যোগ বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত মেঘালয়ক এই সন্মান প্ৰদান কৰা হৈছে।
January 30, 2023