শিৱসেনাৰ ৩৯ আৰু শিৱসেনা সমৰ্থিত ৯ জন নিৰ্দলীয় বিধায়ক আছে এই দলটোত । বিধায়কসকল গোৱাৰ পৰা বৃহস্পতিবাৰে মুম্বাইলৈ যাব ।
কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাযোগে দেশৰ ছখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে।
মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ।
নীলাচল পাহাৰত তিনিখন এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ দল সকলো সময়তে উপলব্ধ থাকিব । প্ৰশাসনে প্ৰস্তুত কৰা মুঠ ৯ টা স্বাস্থ্য শিবিৰত ল'ব পাৰিব সহায় দৰ্শনাৰ্থীয়ে
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা নেতৃত্বাধীন কলেজিয়ামে এইসকল ন্যায়াধীশৰ নিযুক্তিত যোৱা মাহত অনুমোদন জনাইছিল
এতিয়া গুৱাহাটীৰ মানুহক চৰকাৰে বানৰ বাবে ঘৰত সোমাই থাকিবহে নিৰ্দেশ দিছে ।
গুৱাহাটী মহানগৰীৰ কেইবাটাও মূল পথ পানীৰ তলত । যাৰ বাবে যান-বাহন চলাচলত বাধা আহিছে । কিছু কিছু অঞ্চলত বহুলোক গৃহবন্দী হ'বলগীয়াও হৈছে ।
ইয়াৰ উপৰিও ২৫ জুনত অ’লা বাইক আৰু উবেৰ দুয়োটা কোম্পানীয়ে ইউনিফৰ্মৰ সৈতে কাম কৰা আৰম্ভ কৰিব।
প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হৈছে এটা ট’ল ফ্ৰী নম্বৰ । প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭ অথবা ৯৩৬৫৪-২৯৩১৪ নম্বৰত জিকোনো জৰুৰীকালীন পৰিস্থিতিত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
ওৰে নিশা প্ৰৱল বৃষ্টিপাত হৈ থকাৰ ফলত কৃত্ৰিম বানৰো উদ্ভৱ হৈছে মহানগৰীখনৰ বহুকেইটা স্থানত ৷
আৰক্ষীৰ জিম্মাত লোৱা হ'ব
July 4, 2022