চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক মৃদুল ডেকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বক্তব্য ৰাখি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোঁহাইয়ে কয় যে জীৱনশৈলী উন্নত কৰিবলৈ হলে কঠোৰ পৰিশ্ৰমৰ উপৰিও বুদ্ধিদীপ্ত কামৰ জৰিয়তে সমান্তৰালভাবে আগবাঢ়িব লাগিব ।
Read More