এজন জলন্ধৰ জোৱানে মৃত জোৱানজনক পূজা কৰা আৰু তেওঁক সকলো সুবিধা প্ৰদান কৰাৰ লগতে অন্ধবিশ্বাসৰ প্ৰচাৰ কৰাৰ বাবে ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল।
Read Moreএই জোৱানজনক কেৱল ভাৰতীয় সেনাতে নহয়,সীমান্তত নিয়োজিত চীনা সেনাতো স্বীকৃতি দিয়া হয়। যেতিয়াই নাথু লা পোষ্টত চীনা-ভাৰতীয় সেনাৰ সভা হয়, চীনা সেনাই হৰভজন সিং ওৰফে বাবাৰ বাবে এখন চকীও সংৰক্ষণ কৰি ৰাখে।
Read Moreক্ৰিকেটৰ হৰভজন সিং হৈছে চেন্নাই চুপাৰ কিংছৰ দ্বিতীয়গৰাকী খেলুৱৈ যিয়ে দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে । শুক্ৰবাৰে দললৈ এইবিষয়ত পত্ৰ প্ৰেৰণ কৰে ক্ৰিকেটাৰ জনে । নাম প্ৰত্যাহাৰ কৰাৰ কাৰণ সম্পূৰ্ণ ব্যক্তিগত বুলি উল্লেখ কৰিছে খেলুৱৈজনে ।
Read More