বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত দুয়োপক্ষৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।
Read Moreৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত সমগ্ৰ অসমত চলা স্বাস্থ্য সেৱা অভিযানৰ অন্তৰ্গত ২২ নৱেম্বৰত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ লখিমপুৰৰ নাওবৈচা খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত বালিটিকা হাইমাদ্রাছাত অনুষ্ঠিত কৰা হয়।
Read More