এই প্রতিযোগিতাৰ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ চাৰিটা স্থান লাভ কৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া মূল পর্বত খেলাৰ সুযোগ লাভ কৰিব ৷
মহিলাৰ ডাবলচ শাখাৰ ছেমিত তৃষা আৰু গায়ত্ৰী ১৩-২১, ১৬-২১ ৰ ব্যৱধানত পৰাস্ত হয়।
ইণ্ডিয়ান হিমালয়ান ৰিভাৰ বেচিনচ কাউন্সিলৰ উদ্যোগত অহা ১১ আগষ্টৰ পৰা ১৩ আগষ্টলৈ জল সজাগতাৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনৰ আয়োজন কৰা হৈছে ।
ইংলেণ্ডে একেদিনাই ব্ৰঞ্জৰ পদকৰ বাবে অৱৰ্তীণ হ’ব ।
কঠিন হৈ পৰিছে
সৰ্ববৃহৎ যোগানকৰ্তা
কম সময় বাকী আছে
জোৱানজনৰ মৃত্যুৰ লগে লগে জম্মুৰ আৰ এছ পুৰাত তেওঁৰ জন্মস্থানত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
তেওঁ ত্ৰিপুৰাৰ ৪.৮ লাখ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কয় ।
সামান্য উন্নত হৈছে
অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰি চিআইএছএফে ইমিগ্ৰেচন বিভাগক গতাই দিয়ে । ইমানবোৰ নোট ৰখাৰ কোনো কাৰণ দেখুৱাব পৰা নাই যাত্ৰীজনে ।
দিল্লী চৰকাৰে তিনিখন ব্যক্তিগত চিকিৎসালয়ক মাংকিপক্সৰ ৰোগীৰ বাবে আইছ’লেচন ৰুম তৈয়াৰ কৰিবলৈ কয়।
August 10, 2022