‘জুনি’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত হৈছিল দিব্য দত্ত। এই ছবিখনৰ পৰিচালক মহেশ মেথিউ আৰু জ্যোতি বাজাজে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।
Read Moreপৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাজ্য, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে নগদ ধনেৰে সন্মানিক কৰি আহিছে ।
Read Moreমহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণ আৰু ১০ ডিচেম্বৰ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে যোৱা ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে তিনিচুকীয়া জিলাত এলানি বিশেষ সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
Read More