আলোচনা কালত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন উঠি নাযায় বুলি ঘোষণা কৰি চিকিৎসালয়খন চিটি চেন্টাৰ হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে।
দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ পৰা বহিষ্কৃত হ’ল এগৰাকী পৌৰপতি।
তেওঁ এখন মুখা পিন্ধি এই সন্ত্ৰাসটো চলাই আছিল। ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে তেওঁ এটা সন্ত্ৰাস।
সকলোৰে লগত এক সু-সম্পৰ্ক ৰক্ষা কৰি সংগঠনটোক সৱলভাবে নেতৃত্ব প্ৰদান কৰি অহা জয়ন্ত সন্দিকৈৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সংগঠনৰ নেতৃত্ব।
ইউ পি পি এল দলৰ বিধায়ক বসুমতাৰীৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া লক্ষ্যনীয় হ’ব ৷
অখিলৰ দৰে মানুহক ২ মিনিটত জেলত পঠাব পাৰি।
ভূপেন বৰাই যদি ফণীধৰ তালুকদাৰক মাটিৰ দালাল বুলি কয়, তেওঁৰো মাটি আছিল নেকি য'ত ফণীধৰ তালুকদাৰে দালালি কৰিছিল?
অধিক বিৱৰণ আৰু অন্যান্য সাম্ভাব্য ভুক্তভোগীসকলক বিচাৰি উলিওৱাৰ বাবে আৰক্ষীয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে।
বিজেপিয়ে ৰাজ্যখনত গেৰুৱা চিন্তাধাৰা বিয়পাই দিছে ।
শত্ৰুতাৰ অন্ত পেলাই এক নতুন যাত্ৰা ।
Two air passengers identified as Dinesh Das (54) and Jayanta Gogoi (52) were arrested on Wednesday following an FIR was lodged by COVID duty officials of LGBI airport here.
Kamrup Metro DC Biswajit Pegu paid last tribute to noted economist Dr Jayanta Madhab at Nabagragh in Guwahati today
February 7, 2023