ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।
এই বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক আহত হয় ৷
আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ৷
এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷
তেওঁ সেই মন্তব্য কেৱল চিনেমাখনৰ উত্থাপিত ভংগিমাক লৈহে কৰিছিল। তেওঁৰ মতে এই ট্ৰেজেডীক লৈ অধিক গুৰুতৰ চিনেমা এখন হ’ব লাগে ।
এই বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল চিনেমাখনত অভিনয় কৰা অনুপম খেৰেও ।
ইয়াৰ পূৰ্বে উগ্ৰপন্থীসকলে আতংক বিয়পোৱাৰ বাবে এনেদৰে কৰা বুলি ধাৰণা কৰা হৈছে।
তাৰ পাছতে এটা ঘৰত সন্ত্ৰাসবাদীটোৰ উপস্থিতিৰ সন্দেহ কৰি আৰক্ষীয়ে সাধাৰণ লোকসকলক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ।
দ্বিপাক্ষিক আলোচনাৰ কথা কোৱাৰ পাছতো প্ৰতিবাৰেই পাক পূৰ্বপুৰুষে আন্তঃৰাষ্ট্ৰীয় মঞ্চ ব্যৱহাৰ কৰি ভাৰতক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছিল। শ্বাহবাজেও একে ধাৰা বজাই ৰাখিছিল।
আজাদক দেওবাৰে জম্মু বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত তেওঁক বহু সংখ্যক সমৰ্থকে আদৰণি জনায় আৰু তাৰ পিছত এক শোভাযাত্ৰাৰে জনসভালৈ লৈ যায় ।
তিনিজনীয়া কমিটীয়ে ঘটনাটোৰ ওপৰত অধিক তদন্ত কৰিব। কমিটীক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কোৱা হৈছে।
সাত আইটিবিপি জোৱানৰ মৃত্যু হৈছে । আহত হৈছে আন কেইবাজনো । তেওঁলোকক শ্রীনগৰ সেনা হস্পিটেলত ভর্তি কৰোৱা হৈছে ।
January 26, 2023