বিতং তথ্যৰ বাবে মাজুলী জিলা আইন সেনা প্ৰাধিকৰণৰ ফ্ৰণ্ট অফিচ সমন্বয়ক ফোন নং- ৯৩৬৫২৮ ১১২৬ অথবা অফিচ ইমেইল আইডি [email protected]ত যোগাযোগ কৰিব পাৰিব।
Read Moreগোস্বামীৰ এই কৃতিত্বত চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী তথা দয়াল গোস্বামীৰ জ্যেষ্ঠ ভাতৃ ড° হেমচন্দ্ৰ গোস্বামীৰ লগতে চামগুৰি সত্ৰৰ অধিকাৰ বৈষ্ণৱ তথা অঞ্চলটোতে আনন্দৰ বন্যা বৈছে। মাজুলীৰ উপায়ুক্ত পুলক মহন্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া বৰ্গই গোস্বামীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰিছে।
Read Moreইয়াৰ উপৰিও প্ৰত্যেক পৰিয়ালে কাপোৰ-বাচনৰ বাবে ৩৮০০ টকা আৰু ঘৰ সম্পূৰ্ণ জাহ যোৱা বাবে ৯৫০০০ টকাকৈ এককালীন সাহায্য লাভ কৰিব বুলি মাজুলী জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে জানিবলৈ দিয়ে। উৎপল বৰা
Read More