মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
Read Moreসোমবাৰে গুৱাহাটীৰ অসম বিধানসভাৰ চৌহদত বিজেপি নেতৃত্বাধীন অগপ, ইউপিপিএল, বিপিএফৰ বিধায়িনী দলৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ নৱ নিৰ্বাচিত বিধায়ক ভূৱন গামক সম্বৰ্ধনা জনায়।
Read Moreপ্ৰতিবাদৰ অন্তত অসমৰ মুখ্য মন্ত্ৰীলৈ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি চাৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।দাবী সমুহ হ'ল ডলু চাহ বাগিছাৰ শ্ৰমিক সকলক কৰ্ম সংস্থাপন তথা উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰা।
Read MoreThe flights at subsidised fare will start operation from tomorrow (May 19). The Guwahati-Slichar flight will depart at 5 pm while Silchar-Guwahati flight will depart at 6.20 pm.
Read MoreKNPTR Director, Jatin Sharma said the park has a total of 144 man-made highlands, including 33 big ones for housing animals during floods. In addition to that, we have built an 8.5 km long road cum highland for providing shelter to animals during floods and for patrolling."
Read MoreRepresentatives from the Indian Air Force (IAF) and Indian Army, NF Railway, NHAI, PWD (Roads), FCI and other stakeholders also attended the meeting with deputy commissioners of the affected districts participating in the meeting through video conference.
Read More