মীৰাবাঈ চানু, নীৰজ চোপ্ৰাৰ দৰে ক্ৰীড়াজগতৰ বহু বৃহৎ ব্যক্তিয়ে এই প্রতিযোগিতাখনত অংশগ্রহণ কৰিব।
বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটাৰে মোক সন্মানিত কৰাৰ বাবে বিবিচি ইণ্ডিয়াক ধন্যবাদ।
মীৰাবাইয়ে এই বছৰৰ আৰম্ভণিতে টকিঅ' অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকিছিল
১৫,০০০ টকাৰ পৰা ৩০,০০০ টকালৈ নগদ পুৰস্কাৰ
লাভলীনা বৰগোঁহাই আৰু চাইখম মীৰাবাঈ চানুলৈ ২৫ লাখ টকাকৈ প্ৰদান কৰাৰো এক সিদ্ধান্ত গ্ৰহণ কৰা বুলিও বিবৃতিটোত প্ৰকাশ ।
ক্ৰিকেটাৰ গৰাকীয়ে অলিম্পিক পদক বিজয়ী খেলুৱৈ গৰাকীক প্ৰশংসাৰে উপচায় পেলায়
মীৰাবাই চালকসকলক লগ পোৱাৰ লগে লগে উচুপি উঠিছিল।
চানুৱে স্নেচ ৰাউণ্ডত ৮৭ কিলোগ্ৰাম ওজন তুলিছিল আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰাম ওজন তুলিছিল ।
যদিহে কিবা বিকৃতি ধৰা পৰে তেন্তে মীৰাবায়ে লাভ কৰিব স্বৰ্ণ পদক ।
মীৰাবাইৰ দৰে আন খেলুৱৈসকলেও ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব
চানুৱে চিডনী অলিম্পিকত কৰ্ণম মল্লেশ্বৰীয়ে ব্ৰঞ্জৰ পদক পোৱাৰ পিছত এইবাৰ ৰূপৰ পদক পায়।
তুমি ৰে'ল ষ্টেচনত এতিয়াৰ পৰা আৰু টিকট সংগ্ৰহ কৰিবলগীয়া নাই মই তোমাৰ বাবে এটা বিশেষ পদ সংৰক্ষণ কৰিছোঁ।
মই অনুভৱ কৰিছিলো যে মই পদক অৰ্জন কৰিবলৈ সক্ষম হম
অলিম্পিকৰ ভাৰউত্তোলনত এইটো ভাৰতৰ প্ৰথম ৰূপৰ পদক।
Mirabai Chanu created history by clinching India's first silver medal in weightlifting in Olympics' so far.
January 28, 2023