ৰঙালী বিহুক গীনিজ বুক অব্ ৰেকৰ্ডলৈ নিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ।
ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।
পৰিস্থিতি সলনি হোৱা উচিত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে সাগৰীয় দক্ষতা বিকাশ কেন্দ্ৰ গুৱাহাটীৰ উদ্বোধন কৰিব।
এই শীৰ্ষ সন্মিলনত ৬০ গৰাকীতকৈ অধিক বিশেষজ্ঞৰ অংশগ্ৰহণ কৰাৰ কথা আছে৷
ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৱে সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰিব আৰু প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ ৰূপত সমগ্ৰ দেশৰ বিদ্যাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে পাৰস্পৰিক বাৰ্তালাপৰ এটা অনন্য কাৰ্যসূচী যুগুতাই উলিয়াইছে।
উল্লেখ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ টুইটযোগে কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ তথ্য প্ৰদাশ কৰিছিল।
মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
দশক ধৰি বিশেষকৈ মণিপুৰত সংক্ৰিয় হৈ আছিল জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্ট চমুকৈ ZUF নামৰ নগা বিদ্ৰোহী সংগঠনটো ৷
প্ৰহ্লাদ মোডীৰ নাতিৰ মূৰত সামান্য আঘাত পাইছে । অৱশ্যে তেওঁ সংকট মুক্ত ।
শাসক-বিৰোধীৰ এনে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে বৃহস্পতিবাৰে সদনত পুনৰ মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
February 1, 2023