কালি সন্ধিয়া নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
Read Moreএই বিস্ফোৰণত গেৰেজটোৰ নিচেই কাষতে থকা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহৰো ক্ষতিসাধন কৰে। বিস্ফোৰণ টোত মন্ত্ৰী বাসগৃহৰ একাংশ খিৰিকীৰ লগতে গ্লাচ সমুহ ভাঙি চূড়মাৰ হয় ।
Read Moreউমৈহতীয়া সংগঠন সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানে প্ৰতিবছৰৰ দৰে এই বছৰো সাংবাদিকতা বঁটাৰ লগতে আন কেইবাটাও শিতানত প্ৰদান কৰি অহা বঁটাৰ প্ৰাপক আৰু বিশেষভাৱে সম্বৰ্ধিত ব্যক্তিসকলৰ নাম কালি ঘোষণা কৰে ।
Read Moreএতিয়ালৈকে তেওঁলোকে ২০০০ৰো অধিক কৃষকক জৈৱিক কৃষিৰ প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ মাৰ্টাল্লী অঞ্চলৰ ২০খন গাঁও আৰু ইয়াৰ আশে-পাশে ৪০০ৰো অধিক কিটছেন গাৰ্ডেন স্থাপন কৰাত সহায় কৰিছে।
Read More