কিন্তু কেন্দ্ৰই এই ক্ষেত্ৰত চূড়ান্ত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক কিছু ৰেহাই দিছে।
এখন ৰে’লৰ ৭ খন ইন্ধনৰ টেংকিত জুই লাগি যায়। বিস্ফোৰণত নিহত হৈছে ৩ জন লোক। এই কাণ্ডৰ ফলত দলংখনৰ দুটা স্পেন আংশিকভাৱে ভাঙি পৰে।
দৰাচলতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল তেতিয়া ব্ৰিটেইনে ইউক্ৰেইনক সমৰ্থন কৰিছিল।
সামৰিক আইন ঘোষণা কৰাৰ পাছত, ৰাছিয়াৰ সকলো অঞ্চলৰ মুৰব্বীসকলে অতিৰিক্ত জৰুৰীকালীন ক্ষমতা লাভ কৰিছে ।
যোৱা আগষ্ট মাহত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ অনা প্ৰস্তাৱক সমৰ্থন কৰিছিল ভাৰতে ।
পৰিস্থিতি এতিয়া ইমানেই জ্বলন্ত হৈ পৰিছে যে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতি থকা অন্ধ আনুগত্যৰ পুনৰাবৃত্তি কৰাটো ভাৰতৰ বাবে অতি বিদ্ৰুপৰ কথা হৈ পৰিছে ।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে এই পঞ্চম প্ৰজন্মৰ যোদ্ধা বিমানখনে নিখুঁত লক্ষ্যত আক্ৰমণ কৰিব পাৰে ।
ইতিমধ্যে খাৰুৱা তেলৰ মূল্য ৯৩.৫০ ডলাৰ অতিক্ৰম কৰিছে । এনে অৱস্থাত দাম আৰু বৃদ্ধি হ’লে শেষত ৰাছিয়া লাভৱান হ’ব।
টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে
ক্ষমা বিচৰাৰ দাবী জনাইছে
যুদ্ধক্ষেত্ৰত ৬ মাহ কটোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে শাস্তি হ্ৰাস কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । ভাৰতীয় মুদ্ৰাত মাহিলী দৰমহা ১ লাখ ২৭ হাজাৰ ৪৮৪ টকাও প্ৰদান কৰা হ’ব ।
পুটিনৰ আহ্বানত সেনাবাহিনীত ব্যাপক নিযুক্তি প্ৰক্ৰিয়াৰ পিছতে ৰাছিয়াৰ যুৱকৰ বহুটো দলে ভয়ত দেশ এৰি যাবলৈ আৰম্ভ কৰিছে।
February 7, 2023