Assam chief minister Himanta Biswa Sarma informed that the state government has directed the state police to launch a massive crackdown against child marriage within 15 days.
Read MoreAround 4.8 lakh female weavers from across the State have registered their names on the portal swanirbharnaari.assam.gov.in and shall be selling their produces across 100 procurement centres being set up for the purpose.
Read MoreIn order to inculcate the conservation ethos into younger minds, Aaranyak has been successfully conducting awareness drives with two serial programmes- “Rhino Goes to School” and “Friends of Rhinos”, which are targeted towards students of the fringes of rhino-bearing areas.
Read Moreএই ক্ষেত্ৰত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সংযোজন সাপেক্ষে যোগদান কৰা বিষয়াকেইজনক ঘূৰাই আনি নিজৰ প্ৰকৃত কৰ্মস্থলীত যোগদান কৰাই বিভাগটোক গতিশীল কৰি তুলিবলৈ জিলা সাংবাদিক সংস্থাৰ সঁজাতী দলটোৱে জিলা উপায়ুক্তগৰাকীৰ ওচৰত দাবী উত্থাপন কৰে।
Read MoreUnder the agreement, while the entire cost of surgery and related treatment of patients would be borne by the Rajkot-based charitable trust, the State government would bear the cost of traveling and miscellaneous expenditures
Read Moreমুকুতা'ৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজক সম্বোধন কৰি ধেমাজিত অসম গ্ৰন্থমেলা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে ৷
Read Moreপৌৰ এলেকাত ব্যৱসায় কৰা চাইন বোৰ্ড, হৰ্ডিং, পোষ্টাৰ আদিত ওপৰৰ শাৰীত অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগিব আৰু তাৰ তলতহে ইংৰাজী বা হিন্দী ভাষাৰ ভাঙনি ব্যৱহাৰ কৰিব পাৰিব। অন্যথা দোষনীয় বুলি গণ্য কৰি ব্যবস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিব লাগিব।
Read More