মঙলবাৰে ট্ৰেংকুলাইজ কৰা এই নাহৰফুটুৰীটোৰ বৃহস্পতিবাৰে পুৱা প্ৰায় 4:45 বজাত কাজিৰঙাৰ CWRC ত মৃত্যু হয় ৷
Read MoreThe carcass was found today by staff of Hilekhonda camp at 8.45 am. The place of occurrence was inside tall elephant grass about one kilometre away from the camp. It is a poaching case and the horn has been taken away by poachers.
Read MoreThe carcasses of Gangetic Dolphins (Platanista gangetica) were measured 1.09 and 1.18 metres, respectively. The death of the dolphins under riverine range, Nagarbera was detected at around 9.25 am on Wednesday by local people.
Read Moreদলটোয়ে ঘটনাস্থলী নিৰীক্ষণ কৰাৰ লগতে পশু চিকিৎসকৰ দ্বাৰা মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰি লেবৰেট'ৰী পৰীক্ষাৰ বাবে মৃতদেহৰ নমুনা সংগ্ৰহ কৰে ৷ পিচত সকলোৰে উপস্থিতিত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণৰ নিৰ্দেশ মতে ঘটনাস্থলীতে ঢেকীয়াপতীয়া বাঘটো দাহ কৰে ৷
Read More