বক্সাৰ মেৰী কমে জুনত কমনৱেলথ গেমছৰ বাছনি পৰীক্ষণত ৪৮ কেজি ট্ৰায়েলৰ সময়ত আঘাত পাইছিল।
নয়নমণি চেতিয়া তিনিচুকীয়া জিলাৰ বাসিন্দা আৰু সবিতা চেতিয়া ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
যুৱতী কেইগৰাকী আলফাত যোগদান কৰাৰ সম্ভাৱনা তীব্ৰতৰ হৈ উঠিছে
Earthen lamps will be lit at at 6 pm today in the Nehru Stadium here in the presence of the Chief Minister and other diginitaries.
৪ আগষ্টত তুৰ্কীৰ বুছেনাজ সুৰমেনেলীৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব
She will meet Surmeneli Busenaz of Turkey in the first semifinal on August 4, a win assuring her of at least a silver medal.
২৭ জুলাইত বৰগোহাঁইয়ে জাৰ্মানীৰ নাদিন এপেতজৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব
Chief Minister Sarma handed over a cheque worth Rs. 5 lakhs to Tiken Borgohain with a view to facilitate the boxer’s training and other preparations for the Olympics.
Lovelina Borgohain has become the first woman boxer from Assam to qualify for the Olympics.
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অলেখ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে
বক্সাৰ ডিংকো সিঙে ভাৰতীয় নৌ সেনাতো সেৱা আগবঢ়াইছিল
৭ খন প্ৰতিযোগিতাত ৫টা সোণৰ আৰু ১টা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে
১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ষষ্ঠ সংখ্যক এলাইট ওমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ।
তেওঁ উক্ত খেলখনত ওড়িশাৰ পূজা নায়কক পৰাস্ত কৰে ।
পূর্বে অসম বক্সিং সন্থাৰ অনুৰোধত আঘাতপ্রাপ্ত লাভলীনাৰ স্থানত ভাগ্যবতী কছাৰীক ৰাষ্ট্ৰীয় ক্রীড়াৰ অসম দলত লোৱা হৈছিল যদিও এতিয়া ৰাজ্যিক সন্থাৰ অনুমতি অনুসৰি পুনৰ লাভলীনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ল।
প্ৰস্তুতিৰ মাজতে লাভলীনাই নিজেই ব্যক্ত কৰা উদ্বেগে বক্সাৰগৰাকীৰ মনোবল বহু পৰিমাণে হ্ৰাস কৰাটো স্বাভাৱিক।
২৮ জুলাইৰপৰা ৮ আগষ্টলৈ বার্মিংহামত অনুষ্ঠিত হ'ব কমনৱেল্থ গেমছ ।
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক অনন্য মাত্ৰা প্ৰদান কৰা লাভলীনাই হ'ব এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ
এই নিলাম প্ৰক্ৰিয়া সমাপ্ত হ'ব ৭ অক্টোবৰত ।
মাতৃয়ে ১৬ ফেব্রুৱাৰীত কলকাতাত বৃক্কৰ অস্ত্রোপচাৰ কৰাবলগীয়া হৈছিল।
লাভলীনা বৰগোঁহাই আৰু চাইখম মীৰাবাঈ চানুলৈ ২৫ লাখ টকাকৈ প্ৰদান কৰাৰো এক সিদ্ধান্ত গ্ৰহণ কৰা বুলিও বিবৃতিটোত প্ৰকাশ ।
দিল্লী যাত্ৰাৰ পূৰ্বে শুকুৰবাৰে পুৱা গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত সাংবাদিকৰ সৈতে এক বিশেষ অনুষ্ঠানত ভাগ লয়।
৫ গৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ চেক প্ৰদান কৰা হয়
১ কোটি টকা নগদ পুৰস্কাৰ আৰু এটি উচ্চ পদস্থ চৰকাৰী চাকৰি প্ৰদান কৰিব
January 30, 2023